Friday, September 11, 2026
Homeঅসমসমাজ সেৱিকা শিতা চুৰেণৰ দেহাৱসান

সমাজ সেৱিকা শিতা চুৰেণৰ দেহাৱসান

চাওঁতালী সাহিত্য পৰিষদৰ কেন্দ্রীয় সমিতিৰ সাংগঠনিক সম্পাদক, কাৰ্বি আংলং জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি, ও চাওঁতালী ছাত্র সন্থা জিলা সমিতিৰ মূখ্য উপদেষ্টা দেৱেন চুৰেণ’ৰ মাতৃ সমাজ সেৱিকা শিতা চুৰেণ’ৰ দেহাৱসান।

কাৰ্বি আংলং জিলাৰ পাৰখোৱা মাঝি গাওঁৰ নিবাসী আদিবাসী সমাজৰ সমাজ সেৱিকা শিতা চুৰেণে বিগত কেইৱা মাহ মান ধৰি এক জটিল ৰোগত আক্রান্ত হয় চিকিৎসা গ্ৰহণ কৰি আছিল যদিও নিয়তিৰ ওচৰত হাৰ মানি অৱশেষত ৬৯ বছৰ বয়সত মৃত্যুক আকোঁৱালি লয়।

তেওঁৰ মৃত্যুত আদিবাসী সমাজৰ লগতে চাওঁতালী সাহিত্য সভা, চাওঁতালী ছাত্র সন্থা, আদিয়ে গভীৰ শোক প্রকাশ কৰে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments