HomeঅসমGS ৰোডত হিট এণ্ড ৰানৰ ঘটনা অসমগুৱাহাটী GS ৰোডত হিট এণ্ড ৰানৰ ঘটনা By NEWS DESK September 20, 2026 0 20 Share FacebookTwitterPinterestWhatsApp GS ৰোডত হিট এণ্ড ৰানৰ ঘটনা। থিতাতে নি*হ*ত হাজোৰ অভিষেক দাস। AS 01 GH 5117 নম্বৰৰ বাহনে মহটিয়াই নিলে স্কুটাৰসহ আৰোহীক। ঘটনা সংঘটিত কৰি পলায়ন চালকৰ। চাৰিচকীয়া বাহনখনত আছিল যুৱক-যুৱতীৰ এটা দল। বাহনৰ ভিতৰত উদ্ধাৰ বহু সুৰাৰ বটল। Share FacebookTwitterPinterestWhatsApp Previous articleচাপৰত ৩২০০ মেগাৱাটৰ তাপ বিদ্যুৎ প্ৰকল্পৰ ভূমি পূজন মুখ্যমন্ত্ৰীৰ NEWS DESKhttps://anews24x7.com/ RELATED ARTICLES অসম চাপৰত ৩২০০ মেগাৱাটৰ তাপ বিদ্যুৎ প্ৰকল্পৰ ভূমি পূজন মুখ্যমন্ত্ৰীৰ September 20, 2026 অসম জুবিনময় সমগ্ৰ অসম September 19, 2026 অসম ভাৰত–ম্যানমাৰ সীমান্তৰ পাংচাও পাছত আলফা (স্বাধীন) সদস্যৰ আত্মসমৰ্পণ September 18, 2026 LEAVE A REPLY Cancel reply Comment: Please enter your comment! Name:* Please enter your name here Email:* You have entered an incorrect email address! Please enter your email address here Website: Save my name, email, and website in this browser for the next time I comment. Most Popular চাপৰত ৩২০০ মেগাৱাটৰ তাপ বিদ্যুৎ প্ৰকল্পৰ ভূমি পূজন মুখ্যমন্ত্ৰীৰ September 20, 2026 কেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক September 20, 2026 জুবিনময় সমগ্ৰ অসম September 19, 2026 কেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক September 19, 2026 Load more Recent Comments