Tuesday, October 27, 2026
Homeঅসমবৰপেটা জিলা কাৰাগাৰৰ সহকাৰী কাৰাধ্যক্ষকক নিলম্বন

বৰপেটা জিলা কাৰাগাৰৰ সহকাৰী কাৰাধ্যক্ষকক নিলম্বন

বৰপেটা জিলা কাৰাগাৰৰ সহকাৰী কাৰাধ্যক্ষকক নিলম্বন। সহকাৰী কাৰাধ্যক্ষ কিশোৰ হালৈক নিলম্বন কাৰাগাৰ মহাপৰিদৰ্শকৰ। কিশোৰ হালৈৰ বিৰুদ্ধে উত্থাপিত হৈছিল বহু গুৰুতৰ অভিযোগ। শুকুৰবাৰে বৰপেটা জিলা কাৰাগাৰত সংঘটিত হৈছিল উত্তপ্ত পৰিস্থিতিৰ। কাৰাগাৰৰ ভিতৰৰ মূল গেটৰ তলাপৰ্যন্ত ভাঙি পেলাইছিল কাৰাবন্দীয়ে। সহকাৰী কাৰাধ্যক্ষৰ মইমতালিৰ বিৰুদ্ধে হৈছিল কয়দীৰ আক্ৰমণাত্মক প্ৰতিবাদ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments