Monday, October 26, 2026
Homeঅসম'গৰিমা শইকীয়া গাৰ্গক আমি সকলোৱে শান্তিৰে থাকিব দিয়া উচিত'

‘গৰিমা শইকীয়া গাৰ্গক আমি সকলোৱে শান্তিৰে থাকিব দিয়া উচিত’

‘জুবিন গাৰ্গৰ ন্যায় আৰু গৰিমা শইকীয়া গাৰ্গক কঠোৰ ভাষাৰে সমালোচনা কৰা এই দুটা কথা একাকাৰ হব নোৱাৰে’
📍’গৰিমা শইকীয়া গাৰ্গক আমি সকলোৱে শান্তিৰে থাকিব দিয়া উচিত’
📍’গৰিমা শইকীয়া গাৰ্গে ভগ্ন স্বাস্থ্য লৈ ঘূৰি ফুৰিছে, শাৰীৰিক ভাবে ভাগি পৰিছে, এই সময়ত তেখেতক আজুৰি থকাটো অমানৱীয় হৈছে”
📍”গৰিমা শইকীয়া গাৰ্গ কিদৰে জীয়াই থাকিব, কলৈ যাব, কলৈ যাব নালাগিব, কি কথা কব আৰু কি কথা কব নালাগিব সেই SOP দিয়াৰ অধিকাৰ আমাৰ কাৰোৰে নাই”
📍এই মন্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments