Saturday, November 28, 2026
Homeঅসমমৈৰাবাৰীত এটা চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

মৈৰাবাৰীত এটা চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

মৈৰাবাৰীত এটা চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ। লাহৰিঘাটৰ বোৱালগুৰিৰ পৰা গ্ৰেপ্তাৰ পলাতক চাইবাৰ অপৰাধীটো। ধৃত চাইবাৰ অপৰাধী আশ্ৰাফুল আলম। মৈৰাবাৰী আৰক্ষী থানাত ৮২/২৬ নম্বৰত ৰুজু হৈ আছিল চাইবাৰ অপৰাধীটোৰ বিৰুদ্ধে গোচৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments