গোসাঁইগাঁৱত সন্ধানহীন ব্যক্তিৰ উৱলিযোৱা মৃ*তদেহ উদ্ধাৰ।মৃ*তদেহটো গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত মদাতী গাঁৱৰ ৰামজীৎ বাস্কে বুলি চিনাক্ত। এয়া পৰিকল্পিত হ*ত্যাকাণ্ড বুলি অভিযোগ পৰিয়ালৰ লোকৰ। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ আৰক্ষীৰ।