- বৰপেটাৰোডৰ সমীপৰ হটাপাৰাত লোমহৰ্ষক ঘটনা
- ৰাষ্ট্ৰীয় ঘাইপথতে এগৰাকী যুৱতীৰ জীৱন শেষ কৰিলে দুৰ্বৃত্তই
- এতিয়াও উদ্ধাৰ হোৱা নাই নিহত যুৱতীগৰাকীৰ পৰিচয়
- মটৰ চাইকেলত অহা অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰে এই কাণ্ড
- ৰাস মহোৎসৱৰ আনন্দ উল্লাসৰ মাজতে হাউলী আৰু বৰপেটাৰোডৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটন
- দুগৰাকী যুৱতী ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজকাঢ়ি আহি থকাৰ সময়তে ঘটে এই ঘটনা
- আনগৰাকী যুৱতীক শিমলাগুৰি আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে।
