Saturday, November 28, 2026
Homeঅসমৰাষ্ট্ৰীয় ঘাইপথতে এগৰাকী যুৱতীৰ জীৱন শেষ কৰিলে দুৰ্বৃত্তই

ৰাষ্ট্ৰীয় ঘাইপথতে এগৰাকী যুৱতীৰ জীৱন শেষ কৰিলে দুৰ্বৃত্তই

  • বৰপেটাৰোডৰ সমীপৰ হটাপাৰাত লোমহৰ্ষক ঘটনা
  • ৰাষ্ট্ৰীয় ঘাইপথতে এগৰাকী যুৱতীৰ জীৱন শেষ কৰিলে দুৰ্বৃত্তই
  • এতিয়াও উদ্ধাৰ হোৱা নাই নিহত যুৱতীগৰাকীৰ পৰিচয়
  • মটৰ চাইকেলত অহা অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰে এই কাণ্ড
  • ৰাস মহোৎসৱৰ আনন্দ উল্লাসৰ মাজতে হাউলী আৰু বৰপেটাৰোডৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটন
  • দুগৰাকী যুৱতী ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজকাঢ়ি আহি থকাৰ সময়তে ঘটে এই ঘটনা
  • আনগৰাকী যুৱতীক শিমলাগুৰি আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments