Friday, September 11, 2026
Homeঅসমউদ্ধাৰ ১২টাকৈ কেকো সাপ

উদ্ধাৰ ১২টাকৈ কেকো সাপ

The Directorate of Revenue Intelligence (DRI)ৰ অভিযানত উদ্ধাৰ ১২টাকৈ কেকো সাপ

বিশ্বনাথ বন সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাত অভিযানকাৰী দলটোৱে কেকো সাপ সমুহ উদ্ধাৰ কৰি হস্তান্তৰ কৰে বন বিভাগক

কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা এই বিশেষ অভিযানকাৰী দলটোৱে অভিযান কালত ১২ টাকৈ কোকো সাপ উদ্ধাৰৰ লগতে দুজনকৈ কেকো সাপ সৰবৰাহকাৰীক আটক

শোণিতপুৰ জিলাৰ জীয়াভৰালী দলঙৰ সমীপত এই অভিযান

আটকাধীন লোক দুজন ক্ৰমে সন্তোষ বাচফৰ (৩৭), ৰঙাপাৰা আৰু
ৰঞ্জিত সাহানী (৩৯), ডলংবস্তি

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments