Saturday, June 13, 2026
Homeঅসমকনচাৰ্ট টুৰিজিমৰ অংশ ৰূপে অসমত এবছৰত অনুষ্ঠিত হ'ব ৩টাকৈ কনচাৰ্ট।

কনচাৰ্ট টুৰিজিমৰ অংশ ৰূপে অসমত এবছৰত অনুষ্ঠিত হ’ব ৩টাকৈ কনচাৰ্ট।

কনচাৰ্ট টুৰিজিমৰ অংশ ৰূপে অসমত এবছৰত অনুষ্ঠিত হ’ব ৩টাকৈ কনচাৰ্ট। গুৱাহাটীৰ লগতে যোৰহাট আৰু শিৱসাগৰতো অনুষ্ঠিত হ’ব কনচাৰ্ট। ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে অসমৰ উত্থান ।

আগন্তুক ৫বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান। এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত প্ৰকাশ এই তথ্য। গুৱাহাটীত প’ষ্ট মেলনৰ ঐতিহাসিক কনচাৰ্টৰ সফলতাৰ প্ৰেক্ষাপটত প্ৰস্তুত এই প্ৰতিবেদন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments