ডুমডুমা বৰহাপজনত ভয়ংকৰ পথ দুৰ্ঘটনা
ডুমডুমাত যাত্ৰীবাহী বাছৰ দৌৰাত্ম্য
ডুমডুমা বৰহাপজান আমতলিত দ্ৰুত গতি বাছৰ খুন্দাত এজনৰ থিতাতে মৃত্যু৷
মৃত লোকজন বৰহাপজানৰ অজিত দেৱ বুলি চিনাক্ত
প্ৰতক্ষ্যদৰ্শীৰ মতে লোকজনে বজাৰ কৰি ঘৰলৈ গৈ থকাৰ সময়ত AS-23-BC-8776 নম্বৰৰ আজিজ নামৰ বাচখনে দ্ৰুতগতিত খুন্দা মৰাত লোকজনৰ মৃত্যু হৈছে ৷
ইতিমধ্যে এনে গুৰু গোঁসাই নমনা বাচৰ ওপৰত নাকী লগাবলৈ স্থানীয় ৰাইজ আৰু দল সংগঠনে লোকজন মৃতদেহ লৈ দুৰ্ঘটনা স্থলিত পথ অৱৰোধ কৰিছে
