Monday, June 22, 2026
Homeঅসমদৌলাশাল আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী

দৌলাশাল আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী

  • দৌলাশাল আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী।
  • ধৃত ড্ৰাগছ ব্যৱসায়ীটো নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত কালদি গাঁৱৰ মহিদুল ইছলাম।
  • দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতি কমল বনিয়াৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত কাপলাবড়িত চলিছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
  • অভিযান কালত মহিদুল ইছলামৰ পৰা ১১ টা সন্দেহযুক্ত হেৰ’ইন ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ, মবাইল ফোন এটা আৰু এখন বাইক জব্দ কৰে আৰক্ষীয়ে।
  • ধৃত মহিদুল ইছলামৰ বিৰুদ্ধে মুকালমুৱা থানাত গোচৰ ৰুজু কৰে আৰক্ষীয়ে।
  • শনিবাৰে ধৃত মহিদুল ইছলামক নলবাৰী আদালতত হাজিৰ কৰায় আৰক্ষীয়ে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments