- অবৈধ ড্ৰাগছৰ বিৰুদ্ধে ফটাশিল আমবাৰী আৰক্ষীৰ অভিযান
- ড্ৰাগছসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ
- জব্দ ১১.৭৫ গ্ৰাম হেৰ’ইনসহ এটা ম’বাইল
- আমবাৰীৰ তিনিআলিৰ সমীপত চলিছিল আৰক্ষীৰ অভিযান
- ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো মহানগৰীৰ কাটাবাৰীৰ ৰাজা প্ৰসাদ শ্বাহ
- অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰীটোক জেৰা অব্যাহত আৰক্ষীৰ।
