Friday, April 17, 2026
Homeৰাজনৈতিকচাইকেল চলাই সংসদত প্ৰৱেশ কৰিলে তেৰছ গোৱালাই

চাইকেল চলাই সংসদত প্ৰৱেশ কৰিলে তেৰছ গোৱালাই

বৃহস্পতিবাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্ৰহণ কৰে ৮গৰাকী সাংসদে। অসমৰ ৩গৰাকী আৰু বিহাৰৰ ৫গৰাকী সাংসদে কৰিলে শপতগ্ৰহণ।

পৰম্পৰাগত আহোম সাজ পৰিধান কৰি শপতগ্ৰহণ কৰিলে যোগেন মহনে। ৰাজ্যসভাৰ সভাপতি চিপি ৰাধাকৃষ্ণনে শপতবাক্য পাঠ কৰোৱায় ৮গৰাকী সাংসদক।বড়ো ভাষাত শপতগ্ৰহণ কৰে ইউপিপিএলৰ নেতা প্ৰমোদ বড়োৱে।শপতগ্ৰহণ কৰে সাংসদ তেৰছ গোৱালাই।

অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদত চাইকেল লৈ প্ৰৱেশ কৰে তেৰছ গোৱালাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments