Saturday, September 12, 2026
Homeঅসমভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৫ যুৱকৰ

ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৫ যুৱকৰ

শোণিতপুৰত নিশা শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ৫জন লোকৰ কৰুণ মৃত্যু ঘটে।ট্ৰাক আৰু ইক’ বাহনৰ মুখামুখি সংঘৰ্ষত মৃত্যু হয় ৫জনকৈ লোকৰ।

বালিপৰাৰ মীট-ছাপ্লাইত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।ৰ্ঘটনাত থিতাতে মৃত্যু হয় গোবিন্দ হাজোৱাৰী, পাপু বৰা, নয়ন স্বৰ্গীয়াৰী, প্ৰাঞ্জল বণিয়া আৰু সঞ্জয় মেচ নামৰ লোককেইজনৰ।মৃত আটাইকেইজন লোকৰ ঘৰ বঁটাবাৰীত বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্ত ইক’ বাহনখনত উদ্ধাৰ কেইবাটাও সুৰাৰ বটল উদ্ধাৰ হৈছে। দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ AR 04A 2696 আৰু ইক’ বাহনখনৰ নম্বৰ AS 12AP 6300।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments