Saturday, November 28, 2026
Homeঅসমইয়েল’ এলাৰ্ট জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই

ইয়েল’ এলাৰ্ট জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই

আজি নিশা ৰাজ্যত কুঁৱলী পৰাৰ সম্ভাৱনা আছে। পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ ১০খন জিলাত Yellow Alert জাৰি কৰিছে।ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰি সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

দক্ষিণ শালমাৰা, ধুবুৰী, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।গোলাঘাট, মাজুলী, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতো জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট।নিশালৈ ইয়েল’ এলাৰ্ট জাৰি কৰা জিলাকেইখনৰ ঠাইবিশেষে বৰষুণ অহাৰ লগতে কুঁৱলী পৰাৰ সম্ভাৱনা আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments