Monday, June 1, 2026
Homeঅসমপ্ৰচণ্ড ধুমুহাই কোবাই গ’ল ৰাজ্যৰ ভিন্নপ্ৰান্ত

প্ৰচণ্ড ধুমুহাই কোবাই গ’ল ৰাজ্যৰ ভিন্নপ্ৰান্ত

  • প্ৰচণ্ড ধুমুহাই কোবাই গ’ল ৰাজ্যৰ ভিন্নপ্ৰান্ত
  • ধুমুহাৰ লগতে প্ৰচণ্ড শিলাবৃষ্টি
  • পশ্চিম অসমত ধুমুহাৰ তাণ্ডৱ
  • পথৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড গছ
  • গছ বাগৰিল যাত্ৰীবাহী বাছৰ ওপৰতো
  • যাতায়াত ব্যাহত, বিদ্যুৎ সংযোগ বিচ্ছিন্ন
  • যাত্ৰীবাহী বাছৰ ওপৰত পৰিল গছ।
  • চাপৰত জোকাৰি গ’ল ধুমুহাই।
  • ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত যাত্ৰীবাহী বাছৰ ওপৰত পৰিল গছ।
  • ধুমুহাৰ ফলত বিদ্যুৎ পৰিবাহী খুঁটা উভালি পৰে চলন্ত ই-ৰিক্সাত।
  • গোসাইগাঁৱত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ।
  • ৰাজপথত উভালি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড গছ।
  • কোকৰাঝাৰত প্ৰচণ্ড ধুমুহা
    ৰাজপথত উভালি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড গছ
    চিঙি পৰিল বিদ্যুৎ পৰিবাহী তাঁৰ
    ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments