Saturday, June 13, 2026
Homeঅসমৰাজ্য কঁপোৱা মঠঘৰীয়াৰ দুৰ্ঘটনাৰ প্ৰকৃত ৰহস্য ফাদিল!

ৰাজ্য কঁপোৱা মঠঘৰীয়াৰ দুৰ্ঘটনাৰ প্ৰকৃত ৰহস্য ফাদিল!

  • প্রসংগঃ মঠঘৰীয়াৰ দুৰ্ঘটনাত তিনিজনৰ মৃত্যু
  • আৰক্ষীৰ হাতত দুৰ্ঘটনাত নিহত ৩ যুৱতীৰ প’ষ্টমর্টেম ৰিপ’ৰ্ট
  • নিহত ৩ যুৱতীৰ পৰিয়ালক দিলে প’ষ্টমর্টেম ৰিপ’ৰ্ট
  • পথ দুৰ্ঘটনাতে ৩ যুৱতীৰ মৃত্যু বুলি প’ষ্টমর্টেমত ৰিপ’ৰ্টত উল্লেখ
  • অভিযুক্ত চালক ছামিম আহমেদে পূর্ব পৰিকল্পিত মতে দুর্ঘটনা সংঘটিত কৰা বুলি প্ৰতিবেদনত প্রকাশ
  • দুর্ঘটনাটোত মৃত্যু হৈছিল আকাংক্ষা শইকীয়া, পূজা সাহা, আর্মিনা আহমেদৰ
  • দুৰ্ঘটনা সংঘটিত কৰা চালক ছামিম আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল যদিও সম্প্ৰতি জামিনত মুক্তি লাভ কৰিছে ছামিম আহমেদে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments