Friday, June 5, 2026
Homeঅসমআজি প্ৰকাশ পালে ডঃ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ১২জনীয়া তালিকা।

আজি প্ৰকাশ পালে ডঃ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ১২জনীয়া তালিকা।

অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ।

আজি প্ৰকাশ পালে ডঃ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ১২জনীয়া তালিকা।

মন্ত্ৰিত্ব পালে অশ্বিনী ৰায় সৰকাৰ, বিমল বড়া, অশোক সিংহলে।

মন্ত্ৰিত্ব পালে বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযূষ হাজৰিকা, ৰণোজ পেগু, সুশান্ত বৰগোহাঁয়ে।

কাইলৈ শপত ল’ব হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভা নতুনকৈ স্থান লাভ কৰা ১২গৰাকী মন্ত্ৰীয়ে।

১২ মে’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহিতে শপত লৈছিল ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা আৰু চৰণ বড়োৱে। মুখ্যমন্ত্ৰীসহ ১৭গৰাকীলৈ বৃদ্ধি পালে কেবিনেট মন্ত্ৰীৰ সংখ্যা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments