- বিশ্বৰ ১০০ খন শ্ৰেষ্ঠ চহৰৰ তালিকাত নাই ভাৰতৰ এখনো চহৰ
- অক্সফ’ৰ্ড ইক’নমিক্স গ্লোবেল চিটিজ ইণ্ডেক্সে প্ৰকাশ কৰিছে ১০০ খন শ্ৰেষ্ঠ চহৰৰ তালিকা
- ১০০০ খন শীৰ্ষৰ চহৰৰ সমীক্ষা চলাই প্ৰকাশ কৰিছে এই তালিকা
- তালিকাৰ শীৰ্ষ তিনিটা স্থানত আছে ক্ৰমে নিউ য়ৰ্ক, লণ্ডন আৰু পেৰিছ
- ইজৰাইলৰ তেল আভিভ চহৰেও স্থান লাভ কৰিছে এই তালিকাত
বিশ্বৰ ১০০ খন শ্ৰেষ্ঠ চহৰৰ তালিকাত নাই ভাৰতৰ এখনো চহৰ
RELATED ARTICLES
