Tuesday, August 4, 2026
Homeঅসমযোৰহাটৰ আৱৰ্ত ভৱনত মন্ত্ৰী ৰণোজ পেগুৰ বৈঠক

যোৰহাটৰ আৱৰ্ত ভৱনত মন্ত্ৰী ৰণোজ পেগুৰ বৈঠক

যোৰহাটৰ আৱৰ্ত ভৱনত মন্ত্ৰী ৰণোজ পেগুৰ বৈঠক

সাম্প্ৰতিক সময়ত বানত ক্ষতিগ্ৰস্ত বিদ্যালয় সমূহৰ তথ্য জিলা প্ৰশাসনৰ পৰা লয় মন্ত্ৰী গৰাকীয়ে

যোৰহাটৰ ৩৭৬ খন বিদ্যালয় আৰু এখন মহাবিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে

পাঠ্যপুথি , ঐক্যসাজ যোগান ধৰিছে শিক্ষাৰ্থী সকললৈ

বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থী সকলক এককালীন সাহাৰ্য্য দিয়াৰ চিন্তা চৰ্চা কৰি থকা হৈছে , যি সকল শিক্ষাৰ্থীৰ নথি পত্ৰ নষ্ট হৈছে সেই সকলক নথি পত্ৰ দিয়াৰ ব্যৱস্থা কৰিব

বিদ্যালয় মেৰামতিৰ বাবে চৰকাৰে অনুদান আগবঢ়াব

পাঠদানৰ বাবে ক্ষীপ্ৰতাৰে সকলো বিদ্যালয় মেৰামতি কৰা হব

প্ৰয়োজন সাপেক্ষে ডিজিটেল মাধ্যমৰ সহায় লোৱাৰো ব্যৱস্থা কৰা হব

৯ আগষ্টৰ পৰা বিদ্যালয় খোলা সন্দৰ্ভত মন্তব্য , এতিয়াও যোৰহাট জিলাৰ কেইবাখনো বিদ্যালয়ত শিৱিৰ পাতি আছে বানাক্ৰান্তই , প্ৰয়োজন সাপেক্ষে পদক্ষেপ গ্ৰহণ কৰা হ’ব

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments