Monday, June 1, 2026
Homeৰাষ্ট্ৰীয়কৰ্ণাটকৰ কলবুৰ্গীত ভয়ংকৰ পথ দুৰ্ঘটনা।

কৰ্ণাটকৰ কলবুৰ্গীত ভয়ংকৰ পথ দুৰ্ঘটনা।

কৰ্ণাটকৰ কলবুৰ্গীত ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনা থিতাতে নিহত একেটা পৰিয়ালৰ ৫জন লোক। এমাহ পূৰ্বে একেটা স্থানতে সংঘটিত হৈছিল আন এক দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত হৈছিল ৭ জনকৈ লোকৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments