Saturday, August 1, 2026
Homeঅসমবিশ্বনাথ জিলাতো আৰম্ভ হ'ব স্ব-গণনা (Self-Enumeration)

বিশ্বনাথ জিলাতো আৰম্ভ হ’ব স্ব-গণনা (Self-Enumeration)

লোকপিয়ল-২০২৭

কাইলৈ অৰ্থাৎ ২ আগষ্টৰ পৰা ১৬ আগষ্ট, ২০২৬ তাৰিখলৈকে বিশ্বনাথ জিলাতো আৰম্ভ হ’ব স্ব-গণনা (Self-Enumeration)

👉 এই সময়ছোৱাত জিলাখনৰ সকলো নাগৰিকে নিজেই ডিজিটেল প’ৰ্টেলৰ জৰিয়তে নিজৰ তথ্য অনলাইনত দাখিল কৰিব পাৰিব।
👉 ইয়াৰ বাবে https://se.census.gov.in পৰ্টেলৰ জৰিয়তে অনলাইনযোগে তথ্য পূৰণ কৰক।
👉 স্ব-গণনা (Self-Enumeration) আইডিটো (SE ID) সংৰক্ষণ কৰিব।
👉 ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰ, ২০২৬ তাৰিখৰ ভিতৰত আপোনাৰ ঘৰলৈ যোৱা চৰকাৰী গণনাকাৰীক আপোনাৰ আইডিটো (SE ID)প্ৰদৰ্শন কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments