Monday, June 1, 2026
Homeআন্তজাৰ্তিকনগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মূল অভিযুক্ত পথ দুৰ্ঘটনাত আহত

নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মূল অভিযুক্ত পথ দুৰ্ঘটনাত আহত

নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মূল অভিযুক্ত পথ দুৰ্ঘটনাত আহত

নিশা নগাঁৱৰ বৰঘাটত আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

গুৰুতৰভাৱে আহত ডকাইতটো হৈছে ৰাজিবুৰ ৰহমান

ৰাজিবুৰক লৈ নগাঁও আৰক্ষীয়ে সোণ বিচাৰি চলাইছিল অভিযান

অভিযানৰ সময়তে আৰক্ষীৰ বাহনত খুন্দা মাৰে আন এখন বাহনে

যাৰফলত গুৰুতৰভাৱে আহত হয় লখিমপুৰৰ ডকাইত ৰাজিবুৰ ৰহমান

এই দুৰ্ঘটনাত নগাঁও আৰক্ষীৰ দুই জোৱানসহ বিষয়া বিমান গগৈও আহত হয়

ডকাইত ৰাজিবুৰৰ দুয়োখন ভৰি ক্ষত-বিক্ষত হোৱাৰ সন্দেহ

সম্প্ৰতি নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৰাজিবুৰ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments