Thursday, April 16, 2026
Homeৰাষ্ট্ৰীয়কিংবদন্তি কণ্ঠশিল্পী আশা ভোশলেৰ দেহাৱসান

কিংবদন্তি কণ্ঠশিল্পী আশা ভোশলেৰ দেহাৱসান

  • কিংবদন্তি কণ্ঠশিল্পী আশা ভোশলেৰ দেহাৱসান
  • মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ
  • হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল আশা ভোশলে
  • ৯২ বছৰত শেষ নিশ্বাস ত্যাগ কিংবদন্তি শিল্পীগৰাকীৰ
  • সোমবাৰে আবেলি হ’ব আশা ভোশলেৰ সৎকাৰ
  • সর্বাধিক গীতৰ ৰেকৰ্ডিঙেৰে বিশ্ব অভিলেখ ৰচি থৈ গ’ল আশা ভোশলেই
  • বহুকেইটা সন্মান আৰু বঁটাৰেও বিভূষিত হৈছিল আশা ভোশলে
  • দুবাৰকৈ গ্ৰেমী বঁটাৰে সন্মানিত হৈছিল যশস্বী কণ্ঠশিল্পীগৰাকী
  • ১৯৩৩ চনত জন্ম লাভ কৰিছিল কিংবদন্তি কণ্ঠশিল্পীগৰাকীয়ে
  • আশা ভোশলেই ৭বাৰকৈ লাভ কৰিছিল ফিল্মফেয়াৰ বটা
  • ২০০০ চনত লাভ কৰিছিল দাদা চাহেব ফাল্কে বঁটা
  • ২০০৮ চনত পদ্ম বিভূষণেৰে বিভূষিত হৈছিল মহীয়সীগৰাকী
  • ফিল্মফেয়াৰৰ জীৱনজোৰা সাধনা বঁটাৰেও সন্মানিত হৈছিল কণ্ঠশিল্পীগৰাকী
  • মহাৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মান দিয়া হৈছিল আশা ভোশলেক
  • বহুকেইখন অসমীয়া বোলছবিতো কণ্ঠ নিগৰাইছিল আশা ভোশলেই
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments