- কিংবদন্তি কণ্ঠশিল্পী আশা ভোশলেৰ দেহাৱসান
- মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ
- হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল আশা ভোশলে
- ৯২ বছৰত শেষ নিশ্বাস ত্যাগ কিংবদন্তি শিল্পীগৰাকীৰ
- সোমবাৰে আবেলি হ’ব আশা ভোশলেৰ সৎকাৰ
- সর্বাধিক গীতৰ ৰেকৰ্ডিঙেৰে বিশ্ব অভিলেখ ৰচি থৈ গ’ল আশা ভোশলেই
- বহুকেইটা সন্মান আৰু বঁটাৰেও বিভূষিত হৈছিল আশা ভোশলে
- দুবাৰকৈ গ্ৰেমী বঁটাৰে সন্মানিত হৈছিল যশস্বী কণ্ঠশিল্পীগৰাকী
- ১৯৩৩ চনত জন্ম লাভ কৰিছিল কিংবদন্তি কণ্ঠশিল্পীগৰাকীয়ে
- আশা ভোশলেই ৭বাৰকৈ লাভ কৰিছিল ফিল্মফেয়াৰ বটা
- ২০০০ চনত লাভ কৰিছিল দাদা চাহেব ফাল্কে বঁটা
- ২০০৮ চনত পদ্ম বিভূষণেৰে বিভূষিত হৈছিল মহীয়সীগৰাকী
- ফিল্মফেয়াৰৰ জীৱনজোৰা সাধনা বঁটাৰেও সন্মানিত হৈছিল কণ্ঠশিল্পীগৰাকী
- মহাৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মান দিয়া হৈছিল আশা ভোশলেক
- বহুকেইখন অসমীয়া বোলছবিতো কণ্ঠ নিগৰাইছিল আশা ভোশলেই
