ভাৰত আৰু আমেৰিকাৰ মাজত দ্বিপাক্ষিক বৈঠক। এছ জয়শংকৰ আৰু মাৰ্ক ৰুবিঅ’ৰ বৈঠক। আমেৰিকাৰ বিদেশ সচিব মাৰ্ক ৰুবিঅ’ৰে বৈঠক এছ জয়শংকৰৰ। নতুন দিল্লীৰ হায়দৰাবাদ হাউছত গুৰুত্বপূৰ্ণ বৈঠক। সুৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি সুৰক্ষা আৰু গুৰুত্বপূর্ণ প্ৰযুক্তিসমূহক লৈ আলোচনা।
ভাৰত আৰু আমেৰিকাৰ মাজত দ্বিপাক্ষিক বৈঠক
RELATED ARTICLES
