- নেপালৰ জলপ্ৰলয়ত সন্ধানহীন অসমৰ লোকৰ সন্ধান লাভ
- পশ্চিম কাৰ্বি আংলঙৰ পূৱ ভেলাপাৰাৰ ৪ জন লোকৰ ৩ জনৰ সন্ধান লাভ
- তিনিওজন সুস্থ অৱস্থাত থকাৰ তথ্য লাভ
- সন্ধান লাভ কৰা লোক ৩ জন ভেচন মাৰাক (৩০), চিলভা মাৰাক (২৭) আৰু এল্টিচন চাংমা (২৮)
- এই পর্যন্ত সন্ধানহীন বিৰচন চাংমা (৪০)
- ত্রিশূলী জলবিদ্যুৎ প্রকল্পত শ্রমিক হিচাপে কৰ্মৰত আছিল আটাইকেইজন
নেপালৰ জলপ্ৰলয়ত সন্ধানহীন অসমৰ লোকৰ সন্ধান লাভ
RELATED ARTICLES
