Friday, September 11, 2026
Homeআন্তজাৰ্তিকনেপালৰ জলপ্ৰলয়ৰ শিহৰণকাৰী ঘটনাৰ ১০ দিন অতিক্ৰম

নেপালৰ জলপ্ৰলয়ৰ শিহৰণকাৰী ঘটনাৰ ১০ দিন অতিক্ৰম

নেপালৰ জলপ্ৰলয়ৰ শিহৰণকাৰী ঘটনাৰ ১০ দিন অতিক্ৰম। বৰ্তমানো চলি আছে উদ্ধাৰ অভিযান। ত্ৰিশূলীৰ 3A হাইড্ৰ’পাৱাৰ প্ৰকল্পৰ সুৰংগৰ পৰা উদ্ধাৰ এজন শ্ৰমিক। ১০ দিনৰ পাছত জীৱন্তে উদ্ধাৰ এজন শ্ৰমিকক। বৰ্তমানলৈ জলপ্ৰলয়ত মৃত্যু হৈছে ১২৫৯ গৰাকী লোকৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments