- মাকুমৰ তৰুণ নগৰৰ এটা বাসগৃহৰ পূজা ঘৰৰ পৰা কাঁহৰ সামগ্ৰী চুৰি
- আৰক্ষীৰ জালত চোৰ
- মাকুম আৰক্ষীৰ জালত পৰিল পঙ্কজ সেন নামৰ এজন ৩৫ বছৰীয়া যুৱক
- চুৰিৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে যুৱকজনক
- চুৰি হোৱা কাঁহৰ সামগ্ৰীখিনিৰ আনুমানিক মূল্য প্ৰায় ১২ হাজাৰ টকা বুলি জানিব পৰা গৈছে
- প্ৰতিবেশী ঘৰৰ চিচিটিভি কেমেৰাত চুৰিৰ সমগ্ৰ দৃশ্য বন্দী হোৱাত চিচিটিভি ফুটেজৰ ভিত্তিত গৃহস্থই মাকুম আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু
- এজাহাৰৰ ভিত্তিত আজি মাকুম তৰুণ নগৰত আৰক্ষীয়ে অভিযান চলাই পঙ্কজ সেনক আটক কৰে
