Friday, September 11, 2026
Homeঅসমমাকুমৰ তৰুণ নগৰৰ এটা বাসগৃহৰ পূজা ঘৰৰ পৰা কাঁহৰ সামগ্ৰী চুৰি

মাকুমৰ তৰুণ নগৰৰ এটা বাসগৃহৰ পূজা ঘৰৰ পৰা কাঁহৰ সামগ্ৰী চুৰি

  • মাকুমৰ তৰুণ নগৰৰ এটা বাসগৃহৰ পূজা ঘৰৰ পৰা কাঁহৰ সামগ্ৰী চুৰি
  • আৰক্ষীৰ জালত চোৰ
  • মাকুম আৰক্ষীৰ জালত পৰিল পঙ্কজ সেন নামৰ এজন ৩৫ বছৰীয়া যুৱক
  • চুৰিৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে যুৱকজনক
  • চুৰি হোৱা কাঁহৰ সামগ্ৰীখিনিৰ আনুমানিক মূল্য প্ৰায় ১২ হাজাৰ টকা বুলি জানিব পৰা গৈছে
  • প্ৰতিবেশী ঘৰৰ চিচিটিভি কেমেৰাত চুৰিৰ সমগ্ৰ দৃশ্য বন্দী হোৱাত চিচিটিভি ফুটেজৰ ভিত্তিত গৃহস্থই মাকুম আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু
  • এজাহাৰৰ ভিত্তিত আজি মাকুম তৰুণ নগৰত আৰক্ষীয়ে অভিযান চলাই পঙ্কজ সেনক আটক কৰে
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments