- হোজাইত বদৰুদ্দিন আজমলৰ সংবাদমেল।
- নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত AIUDF দলৰ প্ৰাৰ্থী থাকিব।
- দুই তিনিজনৰ নাম চৰ্চাত আছে কোনে পাব এতিয়াও ঠিৰাং নহয়।।
- বিজেপিৰ যদি আমি বি টীম তেন্তে কিয় সমৰ্থন লাগে বুলি প্ৰশ্ন আজমলৰ।
- আমি প্ৰাৰ্থী দিলেই এইবাৰ জিকিম গোল্ডেন চাঞ্চ আমাৰ ।।
- কংগ্ৰেছে মুছলিম প্ৰাৰ্থী নিদিয়ে দিলে দল ভাঙি যাব।
- ওপৰৰ পৰা মুছলিম দিয়াত মানা আছে বুলিও মন্তব্য।গৌৰৱ গগৈ সাম্প্ৰদায়িক ।
- হিমন্তই ভাল কাম কৰি আছে ।।আমি প্ৰশংসা কৰিছোঁ
- মোক লৈ ভয় খাব নালাগে ।নিজৰ সাম্ৰাজ্য এৰি উজনিত নাযাও।তাত আমাৰ মানুহ ১০ শতাংশ আছে ।
- শত্ৰুক চাবলৈ চশমা পিন্ধিছোঁ বুলিও মন্তব্য ।কংগ্ৰেছৰ ৮/৯ টা বিধায়ক শীঘ্ৰে বিজেপিত যাব বুলিও আজমলৰ মন্তব্য।
- তামিলনাডুৰ পৰা অহা দলৰ জৰিয়তে উজনিত প্ৰথম অৱস্থাত আজমল কা সংসাৰ নামত এশ ঘৰ নিৰ্মান কৰাৰ ঘোষণা আজমলৰ।
