Monday, June 1, 2026
Homeঅসমএনকাউন্টাৰ!খলনায়ক ৰোজ আলী নি/হ/ত

এনকাউন্টাৰ!খলনায়ক ৰোজ আলী নি/হ/ত

  • নলবাৰীত ছাত্ৰ নেতা মাধুৰ্য বৰ্মনক হত্যা কৰা ৰোজ আলী আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু
  • মুকালমুৱাৰ চৰত আত্মগোপন কৰি থকা অৱস্থাত ৰোজ আলীক আটক কৰিছিল আৰক্ষীয়ে
  • ইয়াৰ পিছতে হত্যাকাৰীটোৱে আৰক্ষীৰ বন্দুক কাঢ়িবলৈ চেষ্টা কৰিছিল
  • আৰক্ষীয়ে তাৰ পিছতে গুলী চলাবলৈ বাধ্য হয়।
  • আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছিল ৰোজ আলী
  • ততাতৈয়াকৈ হস্পাতালত ৰোজ আলীক ভৰ্তি কৰা হৈছিল যদিও অত্যাধিক ৰক্তক্ষৰণৰ বাবে মৃত্যু হয় ৰোজ আলীক
  • এই ঘটনাক লৈ এতিয়া জিলাখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে
  • পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জিলাখনৰ ঠায়ে ঠায়ে নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments