Monday, October 26, 2026
Homeৰাষ্ট্ৰীয়প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা বন্ধ কৰক

প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা বন্ধ কৰক

প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা বন্ধ কৰক, আৰক্ষীলৈ ২৪ ঘণ্টাৰ সময়সীমা Sonam Wangchukৰ

দিল্লী আৰক্ষীলৈ ২৪ ঘণ্টাৰ সময়সীমা। ২৪ ঘণ্টাৰ ভিতৰত প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা বন্ধ কৰিব লাগিব। অন্যথা আকৌ অনশন বহিব সোণম ৱাংচুকে! লাডাখৰ পৰা দিল্লী আৰক্ষীলৈ বিশেষ বাৰ্তা বিশিষ্ট শিক্ষাবিদগৰাকীৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments