- সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ আদৰণীয় পদক্ষেপ
- ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গ্ৰন্থৰ টোপোলা প্ৰদান।
- যোৰহাট জিলা সোণোৱাল কছাৰী উন্নয়ন সমিতিৰ সম্পাদক নৰেন্দ্ৰ সোণোৱালে বিদ্যালয় কৰ্তৃপক্ষক অৰ্পণ কৰে গ্ৰন্থসমূহ।
- বিভিন্ন ৰুচিৰ গ্ৰন্থই ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব বুলি আশা প্ৰকাশ।

