- জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ ভয়ংকৰ তথ্য পোহৰলৈ
- জুবিন গাৰ্গৰ টকা আত্মসাৎ কৰিছিল মেনেজাৰ সিদ্ধার্থ শৰ্মাই
- জুবিন গাৰ্গৰ একাউণ্টত আছে মাত্র ৯ লাখ টকা
- বিপৰীতে সিদ্ধার্থ শৰ্মাৰ একাউণ্টত আছে কোটি টকা
- বিহু কমিটিয়ে জুবিনক দিয়া ধন হৰলুকি কৰিছিল সিদ্ধার্থই
- যোৱা বছৰত বিহু কমিটিয়ে দিয়া ৩২ লাখ টকা আত্মসাৎ কৰিছিল সিদ্ধার্থই
- সিদ্ধার্থই গোচৰৰ শুনানি অসমৰ বাহিৰত চলাবলৈ SCত আবেদন কৰিছে
- গৰিমা গাৰ্গক জুবিনৰ বন্ধ হৈ থকা একাউণ্টৰ ধন ব্যৱহাৰৰ অনমুতি HCৰ
