Tuesday, June 23, 2026
Homeঅসমউচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈ ডাঙৰ সিদ্ধান্ত

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈ ডাঙৰ সিদ্ধান্ত

  • আগন্তুক শিক্ষাবৰ্ষৰ পৰা দুবাৰকৈ অনুষ্ঠিত হ’ব HSৰ চূড়ান্ত পৰীক্ষা
  • HSৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দুমাহৰ ভিতৰতে অনুষ্ঠিত হ’ব দ্বিতীয়টো পৰীক্ষা
  • বিগত বৰ্ষত অনুত্তীৰ্ণ হোৱাসকলেও আগন্তুক শিক্ষাবর্ষত নিয়মীয়া পৰীক্ষার্থী হিচাপে অৱতীৰ্ণ হ’ব পাৰিব পৰীক্ষাত
  • NEP অনুসৰি দেশৰ ভিতৰতে ৰাজ্যত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে এই প্রক্রিয়া
  • HSLCৰ ক্ষেত্ৰতো প্রযোজ্য হ’ব অনুৰূপ ব্যৱস্থা
  • কম্পার্টমেন্টেল পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে ASSEBৰ অধ্যক্ষৰ মন্তব্য
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments