- আগন্তুক শিক্ষাবৰ্ষৰ পৰা দুবাৰকৈ অনুষ্ঠিত হ’ব HSৰ চূড়ান্ত পৰীক্ষা
- HSৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দুমাহৰ ভিতৰতে অনুষ্ঠিত হ’ব দ্বিতীয়টো পৰীক্ষা
- বিগত বৰ্ষত অনুত্তীৰ্ণ হোৱাসকলেও আগন্তুক শিক্ষাবর্ষত নিয়মীয়া পৰীক্ষার্থী হিচাপে অৱতীৰ্ণ হ’ব পাৰিব পৰীক্ষাত
- NEP অনুসৰি দেশৰ ভিতৰতে ৰাজ্যত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে এই প্রক্রিয়া
- HSLCৰ ক্ষেত্ৰতো প্রযোজ্য হ’ব অনুৰূপ ব্যৱস্থা
- কম্পার্টমেন্টেল পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে ASSEBৰ অধ্যক্ষৰ মন্তব্য
