- পঞ্চতাৰকা হোটেলৰ ভূমি অধিগ্ৰহণক লৈ উত্তপ্ত কাজিৰঙা
- কাজিৰঙাৰ ৰঙাজানত BNSৰ ১৬৩ ধাৰা জাৰি প্ৰশাসনৰ
- অঞ্চলটোৰ লোকক ঘৰৰ পৰা বাহিৰলৈ ওলোৱাত বাধা
- উল্লেখ্যে যে আজি পঞ্চতাৰকা হোটেলৰ ভূমি অধিগ্ৰহণ বিষয়টোক লৈ চাহ মজদুৰ সংঘ, স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা আছিল
- ইংলেপথাৰত ভূমি অধিকাৰৰ দাবীৰ সৈতে জড়িত প্ৰণৱ দলেক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হৈছে বুলি খবৰ পোৱা গৈছে।
- এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে গীতা গুৱালাই কয় যে, “এজনক গ্ৰেপ্তাৰ কৰিলে আন্দোলন বন্ধ নহ’ব। মাটি আৰু অধিকাৰৰ বাবে আমাৰ সংগ্ৰাম অব্যাহত থাকিব।”
