Tuesday, July 28, 2026
Homeঅসমকাজিৰঙাৰ ৰঙাজানত BNSৰ ১৬৩ ধাৰা জাৰি প্ৰশাসনৰ

কাজিৰঙাৰ ৰঙাজানত BNSৰ ১৬৩ ধাৰা জাৰি প্ৰশাসনৰ

  • পঞ্চতাৰকা হোটেলৰ ভূমি অধিগ্ৰহণক লৈ উত্তপ্ত কাজিৰঙা
  • কাজিৰঙাৰ ৰঙাজানত BNSৰ ১৬৩ ধাৰা জাৰি প্ৰশাসনৰ
  • অঞ্চলটোৰ লোকক ঘৰৰ পৰা বাহিৰলৈ ওলোৱাত বাধা
  • উল্লেখ্যে যে আজি পঞ্চতাৰকা হোটেলৰ ভূমি অধিগ্ৰহণ বিষয়টোক লৈ চাহ মজদুৰ সংঘ, স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা আছিল
  • ইংলেপথাৰত ভূমি অধিকাৰৰ দাবীৰ সৈতে জড়িত প্ৰণৱ দলেক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হৈছে বুলি খবৰ পোৱা গৈছে।
  • এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে গীতা গুৱালাই কয় যে, “এজনক গ্ৰেপ্তাৰ কৰিলে আন্দোলন বন্ধ নহ’ব। মাটি আৰু অধিকাৰৰ বাবে আমাৰ সংগ্ৰাম অব্যাহত থাকিব।”
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments