Wednesday, April 15, 2026
Homeৰাষ্ট্ৰীয়চিবিএছইৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

চিবিএছইৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

ঘোষণা কৰা হ’ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE)ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। বুধবাৰে ২০২৬ চনৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে। ফলাফল পৰীক্ষা কৰিবলৈ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকলে এইসমূহ ৱেবছাইটসমূহ চাব পাৰে:cbse.gov.inresults.cbse.nic.in,parikshasangam.cbse.gov.inআৰুsaras.cbse.gov.in। এই ফলাফলdigilocker.gov.inতো উপলভ্য হৈছে। চিবিএছইৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল UMANG Appৰ জৰিয়তে লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে।
CBSE 10th Result 2026: কেনেকৈ চাব ফলাফল?

– অফিচিয়েল ৱেবছাইট results.cbse.nic.in লৈ যাওক
– “2026 Results” ছেকচনৰ “Secondary School Examination (Class X) 2026″ত ক্লিক কৰক
– ৰোল নম্বৰ, স্কুল নম্বৰ, এডমিট কাৰ্ড আইডি, জন্মৰ তাৰিখ আৰু ছিকিউৰিটী পিন দিয়ক
– “Submit”ত ক্লিক কৰক
– আপোনাৰ মাৰ্কশ্বীট স্ক্ৰীণত দেখা যাব
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments